ভাৰতক যি হাৰত সেই হাৰত দিলেহে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাকিস্তানে

ভাৰতক যি হাৰত সেই হাৰত দিলেহে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাকিস্তানে

ৰঙিলী বাৰ্ত্তাসেৱা- আনুষ্ঠানিকভাৱে আমেৰিকা ভ্ৰমণলৈ যোৱা পাকিস্তানৰ বিত্তমন্ত্ৰী ইছহাক দাৰে কয় যে ভাৰতক যি হাৰ দি আছে সেই একে হাৰ পাকিস্তানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’লে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিবলৈ সাজু হৈছে। দাৰে লগতে কয় যে পাকিস্তানে ৰেহাই মূল্যত ইন্ধন আমদানি কৰিলে পশ্চিমৰ কোনো সমস্যা নহ’ব।