বৰ্ধিত কোভিড-19 ঘটনাৰ মাজত কৰ্ণাটকত মাস্ক বাধ্যতামূলক 

Pc News18

বৰ্ধিত কোভিড-19 ঘটনাৰ মাজত কৰ্ণাটকত মাস্ক বাধ্যতামূলক 

ৰঙিলী বাৰ্ত্তাসেৱা-   বৰ্ধিত কোভিড-19 ঘটনাৰ মাজতে, কৰ্ণাটক চৰকাৰে নতুন কোভিড-19 নিৰ্দেশনা জাৰি কৰিছে।  এতিয়াৰ পৰা মল, হোটেল, ৰেষ্টুৰেণ্ট, শিক্ষানুষ্ঠান, কেফেটেৰিয়া, কাৰখানা, কাৰ্যালয়, হোষ্টেল আৰু ৰাজহুৱা পৰিবহনত মাস্ক পিন্ধা টো বাধ্যতামূলক কৰি তুলিছে।