বৃদ্ধাৱাসত আৱাসীৰ মাজত বিহুৱান প্ৰদান

 বৃদ্ধাৱাসত আৱাসীৰ মাজত বিহুৱান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- পহিলা ব’হাগৰ দিনা  লেখিকা ৰমিছা বেগমে  সমাজ সেৱক উৎপল হৰ্ষবৰ্ধনৰ দ্বাৰা পৰিচালিত  প্ৰমোদ তালুকদাৰ সোঁৱৰণী  বৃদ্ধাৱাসত  গৈ ককা আইতাসকলৰ মাজত বিহুৱান প্ৰদান কৰে৷আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে৷বেগমে বৃদ্ধাৱাসৰ ককা আইতাহঁতৰ লগত মত বিনিময় কৰে৷তেওঁক সহযোগ কৰে ইমদাদিয়া নগৰৰ  নীলিমা খাতুনে।