বুষ্টাৰ পালিৰ ওপৰত নীতি ২ সপ্তাহৰ ভিতৰত ৰাজহুৱা কৰা হ’ব: কোভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী

PC OPIndia

বুষ্টাৰ পালিৰ ওপৰত নীতি ২ সপ্তাহৰ ভিতৰত ৰাজহুৱা কৰা হ’ব: কোভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ কোভিড-১৯ টাস্ক ফ’ৰ্চৰ অধ্যক্ষ ড০ এন কে অৰোৰাই কয় যে অহা দুসপ্তাহৰ ভিতৰত অতিৰিক্ত আৰু বুষ্টাৰ পালিৰ ওপৰত এক ব্যাপক নীতি ৰাজহুৱা কৰা হ’ব। “দুটা প্ৰাথমিক পালিৰ পিছত পূৰ্বনিৰ্ধাৰিত সময়ত এক বুষ্টাৰ পালি দিয়া হয়। আনহাতে, কেৱল ৰোগ প্ৰতিৰোধ কাৰ্যত সমস্যা থকা লোকসকলক হে অতিৰিক্ত পালি প্ৰদান কৰা হয়,” তেওঁ কয়।