বিশ্ব প্ৰেছ স্বাধীনতাৰ ২০২২ সংস্কৰণত  ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ ১৫০ তম স্থান লাভ

pc free press journal

বিশ্ব প্ৰেছ স্বাধীনতাৰ ২০২২ সংস্কৰণত  ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ ১৫০ তম স্থান লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তৰ্জাতিক সংগঠন ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰৰ দ্বাৰা প্ৰকাশিত ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ২০২২ সংস্কৰণত ভাৰতে ১৫০ তম স্থান লাভ কৰিছে। ভাৰতে ২০২০ আৰু ২০২১ চনত ১৪২ স্থান লাভ কৰিছিল, যি ১৮০খন দেশ আৰু অঞ্চলত সাংবাদিকতাৰ স্থিতি মূল্যায়ন কৰে। পাকিস্তানে ১৫৭ আৰু চীনে ১৭৫ নম্বৰ স্থান লাভ কৰিছে, আনহাতে নৰৱেই ১ নম্বৰ স্থান লাভ কৰিছে।