বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰি ট্ৰিপল জাম্প ফাইনেলত এলডোচ পলে

Pc Zee News

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰি ট্ৰিপল জাম্প ফাইনেলত এলডোচ পলে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাসত ট্ৰিপল জাম্প ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় হিচাপে এলডোচ পলে ইতিহাস সৃষ্টি কৰিছে। ২৫ বছৰীয়া যুৱকজনে ১৬.৬৮ মিটাৰ সৰ্বশ্ৰেষ্ঠ জাম্পেৰে ফাইনেললৈ প্ৰৱেশ কৰে। তেওঁ অৰ্হতা ৰাউণ্ডত দ্বাদশ স্থান লাভ কৰিছিল। ফাইনেলখন দেওবাৰে অনুষ্ঠিত হ’ব।