বিজেপিৰ ৰাজ্যিক আইন কোষৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলা আইন কোষৰ সহযোগত স্বচ্ছ তীৰ্থ অভিযান

বিজেপিৰ ৰাজ্যিক আইন কোষৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলা আইন কোষৰ সহযোগত স্বচ্ছ তীৰ্থ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ লতাশিলস্থিত উগ্ৰতৰা দেৱালয়ৰ চৌহদত আজি বিজেপিৰ ৰাজ্যিক আইন কোষৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা আইন কোষৰ সহযোগত জয়শ্ৰী ৰাম ধব্নিৰে স্বচ্ছ তীৰ্থ অভিযান আৰম্ভ কৰে৷উক্ত স্বচ্ছ অভিযানত অংশ গ্ৰহণ কৰে মৃনাল কলিতা,মহানগৰ জিলা কমিটীৰ কোষৰ কনভেনাৰ,পুতুল দুৱৰা,মহানগৰ জিলা কমিটীৰ কোষৰ কনভেনাৰ,ভুৱনেশ্বৰ কুমাৰ,মহানগৰ জিলা কমিটীৰ কোষৰ সদস্য,জগন্ন হাতীমূৰীয়া,সদস্য,বিজু কুমাৰ দাস,কনভেনাৰৰ লগতে অংশ গ্ৰহণ কৰে ৰাজ্যৰ লিগেল চেলৰ কনভেনাৰ জয়ন্ত কুমাৰ গোস্বামী,দিপ্ত প্ৰসাদ গোস্বামী,ৰাজ্যিক সদস্য আদিকে কৰি প্ৰায় ২৫ জন মান ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷