বিজেপিৰ হৈ গুজৰাট বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা

Pc OpIndia

বিজেপিৰ হৈ গুজৰাট বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই জামনগৰ উত্তৰ সমষ্টিৰ পৰা গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি  দলটোৱে ঘোষণা কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ঘাটলোডিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, আনহাতে হাৰ্দিক পেটেলক বিৰামগাম সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আজি বিজেপিয়ে ১৬০টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।