বিচিচিআইৰ আই পি এল ২০২২ প্লে অফৰ সময়সূচী ঘোষণা 

pc the indian express

বিচিচিআইৰ আই পি এল ২০২২ প্লে অফৰ সময়সূচী ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা- আই পি এল ২০২২ ৰ প্লে অফ আৰু ফাইনেল ২৪ মে’ৰ পৰা ২৯ মে’লৈ কলকাতা আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব বুলি বিচিচিআইয়ে ঘোষণা কৰিছে। ২৪ মে’ত কলকাতাৰ ইডেন গাৰ্ডেনত কোৱালিফায়াৰ ১ অনুষ্ঠিত হ’ব, তাৰ পিছত ২৫মে’ত এলিমিনেটৰ অনুষ্ঠিত হ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ২৭ মে’ কোৱালিফায়াৰ ২ অনুষ্ঠিত হ’ব আৰু ২৯ মে’ত আই পি এল ২০২২ ৰ ফাইনেল অনুষ্ঠিত হ’ব।