বাৰপথাৰস্থিত কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউটৰ উদ্যোগত এক প্ৰেৰণাদায়ক বক্তব্য অনুষ্ঠান সম্পন্ন

বাৰপথাৰস্থিত কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউটৰ উদ্যোগত এক প্ৰেৰণাদায়ক বক্তব্য অনুষ্ঠান সম্পন্ন

মৃগাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ বৰপথাৰত ২০০২ চনতে আৰম্ভ কৰি যোৱা ২১ টা বছৰে কম্পিউটাৰ শিক্ষা প্ৰদান কৰি অহা একমাত্ৰ কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান “কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউৰ উদ্যোগত আজি এক প্ৰেৰণাদায়ক বক্তব্য অনুষ্ঠান সম্পন্ন হৈ যায়। এই বিষয়ত বক্তব্য ৰাখে দিল্লীত অধ্যানৰত অৰ্ণব নীল শৰ্মাই। এনে অনুষ্ঠান আয়োজন কৰা বাবে ছাত্ৰ- ছাত্ৰী সকলে সন্তোষ প্রকাশ কৰিছে।