ফাৰহান, চাৰা, চেইফকে ধৰি ১০০তকৈও অধিক শিল্পীয়ে কোভিড-১৯ৰ সাহায্যৰ বাবে সংগ্ৰহ কৰিব ২৫ কোটি টকা

pc JFL

ফাৰহান, চাৰা, চেইফকে ধৰি ১০০তকৈও অধিক শিল্পীয়ে কোভিড-১৯ৰ সাহায্যৰ বাবে সংগ্ৰহ কৰিব ২৫ কোটি টকা

অনলাইন বাৰ্ত্তাসেৱা – অজয় দেৱগন, ফাৰহান আখটাৰ, চেইফ আলী খান, চাৰা আলী খান আৰু শিল্পা চেট্টীকে ধৰি অভিনেতাসকলে এই স্বাধীনতা দিৱসত ফেচবুকত এক বিশ্বব্যাপী পুঁজি সংগ্ৰহৰ বাবে একত্ৰিত হ’ব, যাৰ দ্বাৰা কোভিড-১৯ৰ সাহায্যৰ বাবে ২৫ কোটিৰ অধিক টকা জনহিতকৰ অনুদান আগবঢ়াব পৰা যাব বুলি আশা কৰা হৈছে। মহামাৰীৰ দ্বিতীয় ঢৌৰ ফলত হোৱা ক্ষতিৰ পিছত তেওঁলোকে ভাৰতত জীৱিকাৰ সহায় কৰিব।

(UD.)