প্ৰধানমন্ত্ৰী মোদীয়ে ৩৫,০০০ কিলোগ্ৰাম ওজনৰ আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে

Pc-OPindia

প্ৰধানমন্ত্ৰী মোদীয়ে ৩৫,০০০ কিলোগ্ৰাম ওজনৰ আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথ মন্দিৰ চৌহদত আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তিটোৰ ওজন ৩৫,০০০ কিলোগ্ৰাম আৰু ইয়াৰ কাম ২০১৯ চনত আৰম্ভ হৈছিল। ইয়াক মহীশূৰ-ভিত্তিক ভাস্কৰ্যশিল্পীসকলে ক্লৰাইট শ্বিষ্টৰ পৰা নিৰ্মাণ কৰিছে। উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে আৰু প্ৰাচীন মন্দিৰত ‘আৰতি’ কৰে।