প্ৰধানমন্ত্ৰী মোডীয়ে ১৩ তম ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰে

pc YuvaPress

প্ৰধানমন্ত্ৰী মোডীয়ে ১৩ তম ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰে

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু অন্যান্যসকলৰ সৈতে ১৩তম ব্ৰিকছ সন্মিলনৰ সভাপতিত্ব কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “অধ্যক্ষ পদত থকি ভাৰতৰ দ্বাৰা বাছনি কৰা বিষয়বস্তু হৈছে ‘১৫ বছৰত ব্ৰিকছ: ধাৰাবাহিকতা, একত্ৰীকৰণ আৰু সহমতৰ বাবে আন্তঃ-ব্ৰিকছ সহযোগিতা।” তেওঁ লগতে কয়, “৪ টা Cs ব্ৰিকছ অংশীদাৰিত্বৰ স্তম্ভ হ’ব।”

(UD.)