প্ৰধানমন্ত্ৰী মোডীক সোণোৱালৰ আদৰণি

প্ৰধানমন্ত্ৰী মোডীক সোণোৱালৰ আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত  উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷