প্ৰথম বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত অখিলেশ যাদৱৰ লোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ 

pc Hindustan Times

প্ৰথম বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত অখিলেশ যাদৱৰ লোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ কাৰহালৰ পৰা প্ৰথম বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ কেইদিনমান পিছতলোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ ২০১৯ ৰ নিৰ্বাচনত আজমগড় লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল। ১,৪৮,১৯৬ টা ভোটলাভ কৰি, তেওঁ কাৰহালত তেওঁৰ নিকটতম বিজেপিৰ প্ৰতিদ্বন্দী অধ্যাপক এছ পি সিং বাঘেলক পৰাস্ত কৰে।