পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ জলসম্পদ বিভাগৰ দুই কৰ্মচাৰী

Pc Facebook

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ জলসম্পদ বিভাগৰ দুই কৰ্মচাৰী

ৰঙিলী বাৰ্ত্তাসৱা- লখিমপুৰ জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যলয়ৰ দুজন কর্মচাৰীক  আজি উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে । জ্যেষ্ঠ সহায়ক তৰুণ চন্দ্ৰ মৰাং আৰু নিম্ন বৰ্গৰ সহায়ক সমৰজ্যোতি শইকীয়াক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে উৎকোচ লৈ থকাত আটক কৰে।