পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক।এইবাৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি নহয় বৰং পত্নীক মাৰ পিটৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল ভিক্টৰ দাসক। গাৰ্হস্থ্য কন্দলৰ অভিযোগত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে।ভিক্টৰৰ বিৰুদ্ধে এইবাৰ পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। পত্নীৰ মাতৃগৃহত প্ৰৱেশ কৰি পত্নীক মাৰ পিট কৰাৰ অভিযোগ ভিক্টৰৰ বিৰুদ্ধে।ইতিমধ্যে পত্নী আৰু পত্নৰ পৰিয়ালে ভিক্টৰ দাসৰ বিৰুদ্ধে গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।