পুনেস্থিত প্ৰতিষ্ঠান নেচাৰোপেথিৰ প্ৰচাৰৰ বাবে ডিআইএটিৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ 

Pc The Indian Express

পুনেস্থিত প্ৰতিষ্ঠান নেচাৰোপেথিৰ প্ৰচাৰৰ বাবে ডিআইএটিৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনেস্থিত নেচনেল ইনষ্টিটিউট অৱ নেচাৰোপেথি (এনআইএন)য়ে প্ৰাকৃতিক চিকিৎসাৰ প্ৰচাৰৰ বাবে ডিআৰডিঅ’ৰ অনুদানপ্ৰাপ্ত বিশ্ববিদ্যালয় ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন’লজীৰ (ডিআইএটি) সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। চুক্তিৰ অধীনত, এক বহিঃৰোগী বিভাগ স্থাপন কৰা হ’ব আৰু ডি.আই.এ.টি.-ত যোগ অধিৱেশন অনুষ্ঠিত কৰা হ’ব। এনআইএনৰ সঞ্চালক অধ্যাপক কে সত্য লক্ষ্মীয়ে কয়, “প্ৰাকৃতিক চিকিৎসাক আৰু যোগৰ চাহিদা বৃদ্ধি পাইছে।