পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ পাকিস্তান নেচনেল এচেম্বলীৰ উপাধ্যক্ষ কাছিম খান চুৰীয়ে নাকচ কৰে। চুৰীয়ে এই প্ৰস্তাৱক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। যদিও প্ৰধানমন্ত্ৰী খান হৈছে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱা তৃতীয় জন প্ৰধানমন্ত্ৰী, তথাপিও পাকিস্তানৰ ইতিহাসত এনে প্ৰস্তাৱৰ জৰিয়তে কাকো কেতিয়াও বহিষ্কাৰ কৰা হোৱা নাই।