পঞ্জাৱ কেবিনেটৰ  ২৬,৪৫৪  টা পদত নিযুক্তি ঘোষণা 

PC-The Economic Times

 পঞ্জাৱ কেবিনেটৰ  ২৬,৪৫৪  টা পদত নিযুক্তি ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা –  পঞ্জাৱ কেবিনেটে  ৰাজ্যখনৰ বিভিন্ন বিভাগত ২৬,৪৫৪ টা পদত নিযুক্তিৰ বাবে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘোষণা কৰে যে কেবিনেটে এজন বিধায়ক-এজন পেঞ্চন আৰু ঘৰে ঘৰে ৰেচন বিতৰণ আঁচনিত অনুমোদন জনাইছে। তেওঁ লগতে কয় যে শ্ৰী মুক্তচৰ চাহিবত কোমল শস্যৰ বিফলতাৰ বাবে ৪১.৮ কোটি টকা  ক্ষতিপূৰণ অনুমোদিত হৈছে।