নেপালৰ নতুন প্ৰধানমন্ত্ৰী ‘দেউবা’ই সংসদত লাভ কৰে আস্থা ভোট

pc India TV

অনলাইন বাৰ্ত্তাসেৱা – নেপালৰ নতুন প্ৰধানমন্ত্ৰী ‘শ্বেৰ বাহাদুৰ দেউবা’ই দেওবাৰে সংসদত লাভ কৰে আস্থা ভোটৰ। অধ্যক্ষ অগ্নি চাপকোতাই ঘোষণা কৰে যে দেউবাই তেওঁৰ সপক্ষে ভোট লাভ কৰে ১৬৫ টা আৰু আনহাতে, তেওঁৰ বিৰুদ্ধে ভোট দিছিল ৮৩ জন আইন প্ৰণেতাই। যোৱা সপ্তাহত, নেপালৰ উচ্চতম ন্যায়ালয়ে দেউবাক কে.পি. শৰ্মা অলিৰ ঠাইত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল।

(UD.)