নুমলী জী -সংগীতা মাইনা ডেকা

Pc The Dispatch
অণু-গল্প
নুমলী জী
“ক্ষন্তেকীয়া জীৱন ! “Plan” কৰিবলৈয়ো আয়ুসেই বা কিমান আছে নাজানোঁ । তাতে আকৌ লক্ষ্যহীনো মই । “Job” কৰাৰ ইচ্ছা অৱশ্যে নথকা নহয় ! কিন্তু ছোৱালী জীৱন…!”
         নিঃশ্চুপ হৈ থাকিল পলবোৰ । থমকি ৰ’ল “সিদ্ধাৰ্থ” । তাৰ পিছত প্ৰতিটো মেছেজেই “seen” হৈ থাকিল । কিন্তু পিছে উত্তৰ এটাৰো নাহিল আৰু “জলনিধিজা”….!
সংগীতা মাইনা ডেকা, ৰঙিয়া