নিৰ্বাচন- অনুৰাধা পূজাৰী 

অনুগল্প

নিৰ্বাচন

অসীমে এইবাৰ নিৰ্বাচনত ভাগ লম বুলি ভাবিছে। অসীম তিতাবৰ সমষ্টিৰ পৰা বিজেপি দলত উঠিছে।অসীমৰ পত্নী অৰচিৰ্তায়েও অসীমক নিৰ্বাচনৰ কামত সহায় কৰিছে।এদিন হঠাৎতে অসীমক কাৰোবাৰ লগত মোবাইল ফোনত কথা পতা অৰচিৰ্তাই শুনিলে -সকলো ব‍্যৱস্থা হৈছেনে।কাইলৈ আমি গাৱঁত কম্বল আৰু আঠুৱা দিম।গাৱঁৰ সহজ-সৰল মানুহক মিছা প্ৰতিশ্ৰুতি দি ভোট লোৱাৰ এক সহজ উপায়।অৰচিৰ্তাই অসীমৰ কথাবোৰ গভীৰ ভাৱে চিন্তা কৰি অসীমক কলে-দুখীয়া মানুহবোৰক বস্তুৰ লোভ আৰু মিছা প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জিকাৰ কিবা লাভ আছেনে ।অৰচিৰ্তাৰ কথাত অসীম লাজত ডুব খাই গল।

 

               শ্ৰীমতী অনুৰাধা পূজাৰী 

            অষ্টম শ্ৰেণী ,মেলেং উচ্চ 

           মাধ‍্যমিক বিদ্যালয়, 

           লাহদৈগড়,যোৰহাট 

     ফোন-9678334200