নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান ৩১ জানুৱাৰী, ২০২২ লৈকে স্থগিত ৰখা হৈছে

Pc India Tv news

নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান ৩১ জানুৱাৰী, ২০২২ লৈকে স্থগিত ৰখা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতলৈ অহা/যোৱা অনুসূচীত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানসমূহ ৩১ জানুৱাৰী, ২০২২ লৈকে স্থগিত থাকিব। “এই নিষেধাজ্ঞা আন্তৰ্জাতিক সৰ্ব-কাৰ্গো কাৰ্যকলাপ আৰু বিশেষভাৱে ডিজিচিএ-ৰ দ্বাৰা অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব,” এক চৰকাৰী আদেশত কোৱা হৈছে। “অৱশ্যে, আন্তৰ্জাতিক অনুসূচীত বিমানবোৰ কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্বাচিত পথত কেছ টু কেছ আধাৰত অনুমোদিত হ’ব পাৰে,” নিৰ্দেশটোত যোগ দিয়া হৈছে।