নাৰায়ণপুৰৰ ২নং ধৰমগঢ় সেৱাশ্ৰম সত্ৰত কাতি বিহু উপলক্ষে নাম প্ৰসংগ

নাৰায়ণপুৰৰ ২নং ধৰমগঢ় সেৱাশ্ৰম সত্ৰত কাতি বিহু উপলক্ষে নাম প্ৰসংগ

লখিমপুৰ, কৃষ্ণ ৰাভা, ৰঙিলী বাৰ্ত্তাসেৱা-  নাৰায়ণপুৰৰ ২নং ধৰমগঢ় সেৱাশ্ৰম সত্ৰত কাতি বিহুৰ উপলক্ষে সমূহ ভকত বৈষ্ণৱ সকলে আহি গুৰু জনাৰ ৰিতি নীতিৰে নাম প্ৰসংগ কৰে । সমূহ ভকত বৈষ্ণৱ সকলে কাতি বিহুৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাই তথা জীব জগত বিশ্ব শান্তিৰ হেতুকে প্ৰাৰ্থনা কৰে।