ন’বেল সমিতিৰ অৰ্থনীতিৰ নবেল বঁটা ঘোষণা

ন’বেল সমিতিৰ অৰ্থনীতিৰ নবেল বঁটা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- ন’বেল সমিতিয়ে অৰ্থনীতিৰ নবেল বঁটা ঘোষণা কৰিছে। বেন এছ বেৰ্ণাঙ্কে, ডগলাছ ডব্লিউ ডায়মণ্ড আৰু ফিলিপ এইচ ডিবভিগৰ নাম ঘোষণা কৰা হৈছে। এই তিনিজন অৰ্থনীতিবিদক যুটীয়াভাৱে এই বঁটাৰ বাবে বাছনি কৰা হৈছে। এই তিনিজনক অৰ্থনীতিৰ ক্ষেত্ৰত ‘বেংকৰ ওপৰত গৱেষণা, বিত্তীয় সংকট’ৰ বাবে বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।