ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ এন এছ ইৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাৰায়ণ

Pc The Indian Express

ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ এন এছ ইৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাৰায়ণ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰৱৰ্তন সঞ্চালকালয়ে এক্সচেঞ্জৰ কৰ্মচাৰীসকলৰ অবৈধ ফোন টেপিং সম্পৰ্কীয় এটা মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত নেচনেল ষ্টক এক্সচেঞ্জৰ (এনএছই) প্ৰাক্তন পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাৰায়ণক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ইডিয়ে এই গোচৰত এন এছ ইৰ আন এগৰাকী প্ৰাক্তন এম ডি তথা মুখ্য কাৰ্যবাহী বিষয়া চিত্ৰ ৰামকৃষ্ণ আৰু মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত সঞ্জয় পাণ্ডেক গ্ৰেপ্তাৰ কৰিছিল।