দুগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হ’ল শান্তিৰ ন’বেল বঁটা

Pc- India Tv News

দুগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হ’ল শান্তিৰ ন’বেল বঁটা
 
ৰঙিলী বাৰ্ত্তাসেৱা-  ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা৷ দুগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হ’ল শান্তিৰ ন’বেল বঁটা৷ মাৰিয়া ৰেছা আৰু ডি মিত্ৰী মুৰাটভলৈ এই সন্মান দিয়া হয়৷শান্তিৰ ন’বেল দিয়া মাৰিয়া ৰেছা ফিলিপাইনছৰ সাংবাদিক ,আনহাতে ডি মিত্ৰী মুৰাটভ হৈছে ৰাছিয়াৰ  সাংবাদিক৷ নিৰ্ভীক সাংবাদিকতাৰ বাবে আগবঢ়োৱা হ’ল এই সন্মান৷ বাক স্বাধীনতাৰ বাবে মাত মাতি আহিছিল দুয়োগৰাকী সাংবাদিকে৷