দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চমন

Pc OpIndia

দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চমন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানিৰ গোচৰক লৈ কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ চমন। ছিছ’ডিয়াক ২৯ ছেপ্টেম্বৰত কামৰূপ CJMত হাজিৰৰ নিৰ্দেশ। ছিছ’ডিয়াই পিপিই কিট ক্ৰয়ত কেলংকাৰীক হোৱাৰ অভিযোগ তুলিছিল।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৫ আগষ্টত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে গোচৰ দিছিল।