দিল্লীৰ আনন্দ বিহাৰত ভাৰতৰ প্ৰথম কাৰ্যকৰী স্মগ টাৱাৰ উদ্বোধন কৰা হয়

pc helloscholar

দিল্লীৰ আনন্দ বিহাৰত ভাৰতৰ প্ৰথম কাৰ্যকৰী স্মগ টাৱাৰ উদ্বোধন কৰা হয়

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আনন্দ বিহাৰত ভাৰতৰ প্ৰথম কাৰ্যকৰী আৰু দিল্লীৰ দ্বিতীয় স্মগ টাৱাৰটো ভাৰ্চুৱেলি উদ্বোধন কৰে। প্ৰায় 24 মিটাৰ উচ্চতাত থিয় হৈ, স্মগ টাৱাৰে প্ৰতি ছেকেণ্ডত প্ৰায় 1,000 ঘন মিটাৰ বায়ু ফিল্টাৰ কৰিব পাৰে। উল্লখ্য যে ইয়াৰ আগতে ২৩ আগষ্টত দিল্লীৰ কনট প্লেচ (চি.পি.)ত এটা স্মগ টাৱাৰ উদ্বোধন কৰা হৈছিল।

(UD.)