দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেলত প্ৰাক্তন সাংসদ তথা ৰাম জন্মভূমি ন্যাসৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষী ডাঃ বেদান্ত জী মহাৰাজে কয় যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে এক মাত্ৰা প্ৰদান কৰিছে সেয়ে আগন্তুক দিনত অৰ্থাৎ ২০২৪ চনত মোদী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব আৰু মোৰ বিশ্বাস এইবাৰ ৪০০+ আসন লাভ কৰিব। এইক্ষেত্ৰত আজিৰে পৰা এক কাৰ্যসূচী আৰম্ভ হৈছে বুলি ঘোষণা কৰে মহাৰাজে।