ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে প্ৰথমবাৰৰ বাবে মাজুলী ভ্ৰমণ কৰিব

বাৰ্তাসেৱা- আজি মুখ্যমন্ত্ৰী ৰূপত প্ৰথমবাৰৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলী ভ্ৰমন কৰিব। তেওঁ আশীষ নিৰ্মালি গ্ৰহণ কৰিব মাজুলী তিনি সত্ৰৰ ।