ঝাৰখণ্ড চৰকাৰ চোৰৰ ৰজা হৈছে: অৰ্জুন মুণ্ডা

pc- India Tv News

ঝাৰখণ্ড চৰকাৰ চোৰৰ ৰজা হৈছে: অৰ্জুন মুণ্ডা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই জেএমএম নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰক সমালোচনা কৰি কয় যে ৰাজ্য চৰকাৰ “চোৰৰ ৰজা” হৈ পৰিছে। “ঝাৰখণ্ডত কি হৈ আছে? অবৈধ খনন কৰা হৈছে, লুণ্ঠন কৰা হৈছে, কয়লা ‘মাফিয়াগিৰি’ মুকলিকৈ কৰা হৈছে। ৰাজ্য চৰকাৰে বুজি পোৱা নাই যে ৰাইজে তেওঁলোকক কিয় বাছনি কৰিছে… যথেষ্ট অব্যৱস্থা আছে,” ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।