জ্যোতি-অভিষেকৰ আৰ্চাৰী বিশ্বকাপ ষ্টেজ-৩ত কম্পাউণ্ড মিক্সড দলত স্বৰ্ণ জয়

Pc Telangana Today

জ্যোতি-অভিষেকৰ আৰ্চাৰী বিশ্বকাপ ষ্টেজ-৩ত কম্পাউণ্ড মিক্সড দলত স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  পেৰিছত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ষ্টেজ-৩৩ ত জ্যোতি সুৰেখা ভেন্নাম আৰু অভিষেক বাৰ্মাৰ যুটিয়ে ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছে। কম্পাউণ্ড মিক্সড টীমৰ ফাইনেলত জ্যোতি আৰু অভিষেকে ফৰাচী যুটি ছফি ডডেমণ্ট আৰু জিন ফিলিপ বাউলচক ১৫২-১৪৯ ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে টুইট কৰিছে, “সুন্দৰ প্ৰচেষ্টা! আন্তৰিক অভিনন্দন।”