জীৱনটো যদি সুখৰ কৰি তুলিব- সংযুক্তা দত্ত

pc select Health

জীৱনটো যদি সুখৰ কৰি তুলিব বিচাৰিছে তেন্তে এই তিনিটা নিশ্চয় কৰিব —

১) যদি আপুনি কৰোবাক সহায় কৰিব নোৱাৰে। তেন্তে বিপদটো নেপেলাব।

২) যদি আপুনি কাৰোবাক সুখ দিব নোৱাৰে । তেন্তে দুখো নিদিব।

৩) যদি আপুনি কাৰোবাক কিবা কামৰ বাবে প্ৰশংসা কৰিব নোৱাৰে , বেলেগৰ আগত সেই মানুহজনৰ কথা বেয়াকৈও নক’ব।

সংযুক্তা দত্ত