জামুগুৰি প্ৰেছ ক্লাৱৰ জৰুৰী কার্যনির্বাহক সভা অনুষ্ঠিত

জামুগুৰি প্ৰেছ ক্লাৱৰ জৰুৰী কার্যনির্বাহক সভা অনুষ্ঠিত

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- ১২ জুন দেওবাৰে জামুগুৰি প্ৰেছ ক্লাবৰ অস্থায়ী কাৰ্যালয়ত জামুগুৰি প্ৰেছ ক্লাবৰ এখন জৰুৰী কার্যনিবাহক অনুষ্ঠিত হৈ যায়। উক্ত সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত কার্যনির্বাহ সভাতে বিগত বৰ্ষৰ দৰে অঞ্চলটোৰ ষ্টাৰ, ডিষ্ট্ৰিংচন প্ৰাপ্ত কৃতী ছাত্র ছাত্রীসকলক বিশেষ অভিনন্দন জনোৱাৰ লগতে মুঠ পাঁচটা শৈক্ষিক বঁটা প্ৰদান কৰা হ’ব।