জম্মু আৰু কাশ্মীৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী পীৰজাদাই দল ত্যাগ 

Pc ETV Bharat

জম্মু আৰু কাশ্মীৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী পীৰজাদাই দল ত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা–  জম্মু আৰু কাশ্মীৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পীৰজাদা মহম্মদ চৈয়দে দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। “সহনশীলতাৰ এক সীমা আছে, মই কংগ্ৰেছ দলত শ্বাসৰুদ্ধ অনুভৱ কৰি আছিলো,” চৈয়দে কয়। কংগ্ৰেছৰ জম্মু আৰু কাশ্মীৰ গোটৰ প্ৰায় ৬৪ জন নেতাই মঙলবাৰে দলৰ পৰা পদত্যাগ কৰিছিল।