জম্মু আৰু কাশ্মীৰত বাস কৰা বাহিৰৰ লোকসকলেও এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট দিব পাৰিব: মুখ্য নিৰ্বাচনী বিষয়া

Pc NDTV.com

জম্মু আৰু কাশ্মীৰত বাস কৰা বাহিৰৰ লোকসকলেও এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট দিব পাৰিব: মুখ্য নিৰ্বাচনী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়া হিৰ্দেশ কুমাৰে কয় যে ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত ভোটাৰ হিচাপে নামভৰ্তি নকৰা বহু লোক এতিয়া ভোটদানৰ যোগ্যতা লাভ কৰিছে আৰু যিকোনো ব্যক্তিয়ে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকেও জম্মু-কাশ্মীৰত ভোটাৰ হিচাপে নামভৰ্তি কৰিব পাৰিব। তেওঁ কয় যে নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ পিছত জম্মু-কাশ্মীৰয়ে বাহিৰৰ মানুহকে ধৰি প্ৰায় ২৫ লাখ নতুন ভোটাৰ লাভ কৰিব।