জন্মদিন – সীমান্ত কবি

জন্মদিন
সীমান্ত কবি
জন্ম মানেই
মৃত্যুৰ দলিল
মৃত্যু মানেই
পৰজন্মৰ আশ
নতুবা সৰগ- নৰক
দোযোখ -বেহেস্ত
এক অনাবিল
দুখ-কষ্ঠৰ জীৱন
যদি কৰা ভাল কাম
সিপুৰী হব সুখৰ ধাম।