জছ বাটলাৰৰ ইতিহাস সৃষ্টি 

pc IndiaTvNews

জছ বাটলাৰৰ ইতিহাস সৃষ্টি 

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰ আৰ অপেনাৰ জছ বাটলাৰে আই পি এলত এজন বিদেশী খেলুৱৈ হিচাপে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰিছে।আই পি এল ২০১৬ ৰ ডেভিদ ৱাৰ্ণাৰৰ ৮৪৮ ৰাণৰ অভিলেখ ভংগ কৰি বাটলাৰে  আই পি এল ২০২২ত ৮৬৩ ৰাণ সংগ্ৰহ কৰে।