অনলািন বাৰ্ত্তাসেৱা – ‘লাইন অব্ এক্চুৱেল কণ্টল’ (LAC)ৰ ওচৰত স্থায়ী কংক্ৰিটৰ গাঁথনিৰ নিৰ্মাণকাৰ্য চলাই আছে চীনা সেনাই। উত্তৰ ছিকিম অঞ্চল এটাৰ সীমান্তৰ পৰা কেইকিলোমিটামানৰ দূৰত্বত ইয়াক লক্ষ্য কৰা হৈছে। শিবিৰসমূহ পূৱ লাডাখৰ অঞ্চলসমূহৰ ওচৰতো দৃষ্টিগোচৰ কৰা হৈছে । লগতে ইয়াকো উল্লেখ কৰা হৈছে যে শিবিৰসমূহে “চীনক সীমান্তৱৰ্ত্তী অঞ্চলত সৈন্য মোতায়েন কৰিবলৈ অনুমতি দিব”।
(UD.)