চণ্ডীগড়ত শ্বুটাৰ চিপ্পী সিদ্ধুৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কন্যা

চণ্ডীগড়ত শ্বুটাৰ চিপ্পী সিদ্ধুৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কন্যা

ৰঙিলী বাৰ্ত্তাসেৱা- হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জীয়ৰী কল্যাণী সিঙক ২০১৫ চনত চণ্ডিগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আৰু অধিবক্তা চিপ্পি সিদ্ধুৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। “গ্ৰেপ্তাৰত পলম হৈছিল কিন্তু মই এতিয়াও আইনত বিশ্বাস কৰো,” চিপ্পীৰ মাতৃয়ে কয়। চিপ্পীৰ মাতৃয়ে আৰক্ষীক কৈছিল যে কল্যাণীয়ে চিপ্পীক হত্যা কৰাৰ দিনা এখন পাৰ্কলৈ মাতিছিল।