গোৱাত বিজেপি নেত্ৰী সোনালী ফোগাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

Pc India Tv News

গোৱাত বিজেপি নেত্ৰী সোনালী ফোগাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- গোৱাত বিজেপি নেত্ৰী সোণালী ফোগাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। ৪২ বছৰীয়া ফোগাট এগৰাকী টিকটক ষ্টাৰো আছিল। তেওঁৰ ভাতৃয়ে মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।সোণালী ফোটাগে ২০১৯ চনত হাৰিয়ানা বিধানসভা নিৰ্বাচনত আদমপুৰ সমষ্টিৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনৰ সময়ত নিজৰ টিকটৰ ভিডিঅ’ক লৈ খুব চৰ্চিত হৈছিল ফোগাট।