গোলাঘাট শাখা সাহিত্য সভাৰ বিশ্ব গ্ৰন্থ দিৱস উদযাপন

গোলাঘাট শাখা সাহিত্য সভাৰ বিশ্ব গ্ৰন্থ দিৱস উদযাপন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে গ্রন্থ দিৱস উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশিষ্ট লেখক অৰ্ণব শইকীয়াই গ্ৰন্থ অধ্যয়নৰ বিষয়ে সাৰুৱা বক্তৃতা প্ৰদান কৰে।