গোলাঘাটৰ ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উপেন দত্তদেৱৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু

গোলাঘাটৰ ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উপেন দত্তদেৱৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ সাংবাদিক, লেখক, কবি, সমাজ সংগঠক শ্ৰদ্ধেয় উপেন দত্তদেৱৰ যোৱা কালি পুৱা ১০.৪৫ বজাত হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান হৈছে। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে বিভিন্ন দল-সংগঠনে।