গুৱাহাটীৰ দিছপুৰ গাৰ্লছ ইউনিট অৰ্গেনাইজচনচৰ প্ৰতিবাদ

গুৱাহাটীৰ দিছপুৰ গাৰ্লছ ইউনিট অৰ্গেনাইজচনচৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ “দিছপুৰ গাৰ্লছ ইউনিট অৰ্গেনাইজেচনচ”য়ে গুৱাহাটীৰ লাষ্টগেটৰ পৰা হাতে হাতে বিভিন্ন বেনাৰ প্লে কাৰ্ড আদি লৈ কলকাতাত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা দূৰ্ভাগ্যজনক ঘটনাটোৰ বাবে খোজ কাঢ়ি আমাক ন্যায় লাগে শ্লোগান দি বেলতলা তিনি আলি হৈ আকৌ লাষ্টগেটত গৈ কাৰ্য্যসূচী সমাপ্ত কৰে। উক্ত কাৰ্যসূচীত প্ৰভাজ্যোতি কৰ আৰু স্বপ্না কৰ্মকাৰৰ নেতৃত্বত প্ৰায় ২০ গৰাকীমান ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।