গুৱাহাটীত ৫০  জনলৈ বৃদ্ধি পালে একনাথ সিন্দেৰ সমৰ্থিত বিধায়কৰ সংখ্যা

Pc Deccan Herald

গুৱাহাটীত ৫০  জনলৈ বৃদ্ধি পালে একনাথ সিন্দেৰ সমৰ্থিত বিধায়কৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ মাজতে বৃহস্পতিবাৰে পুৱাই ছুৰাটৰ পৰা শিৱসেনাৰ আৰু তিনিজন বিদ্ৰোহী বিধায়ক গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত উপস্থিত হয়।বিদ্ৰোহী সেনা নেতা একনাথ সিন্দে আৰু আন দলৰ বিধায়কসকলে বুধবাৰৰ পৰা অসমত বাহৰ পাতি আছে। ৫০  জনলৈ বৃদ্ধি পালে একনাথ সিন্দেৰ সমৰ্থিত বিধায়কৰ সংখ্যা।