গণেশগুৰিত ছাত্ৰীৰ কৰুণ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 

Pc economic times

গণেশগুৰিত ছাত্ৰীৰ কৰুণ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হোৱা পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, চি চি টিভি ফুটেজ চাই দুটা ভুল অনুমান হয়। স্কুটীখনে ভুল দিশেৰে অভাৰটেক কৰিব বিচাৰিছিল আৰু ৰাজপথত গাঁত থকাটো স্পষ্ট হৈছে। তেওঁ ৰাজপথৰ এই গাঁতসমূহ কিয় আছে সেই বিষয়ে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে ভুল দিশেৰ যানবাহন চলোৱাৰ ক্ষেত্ৰত যানবাহন আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।