কোভিডত আক্ৰান্ত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

Pc Zee News

কোভিডত আক্ৰান্ত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰতিবেদন অনুসৰি, এছিয়া কাপ ২০২২ৰ মাত্ৰ কেইদিনমান আগতে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় কোভিড-১৯ত পজিটিভ হৈছে। ২৭ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে তেওঁ দলটোৰ সৈতে ইউ এ ইলৈ যোৱাৰ সম্ভাৱনা নাই বুলিও প্ৰকাশ পাইছে। ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিব এছিয়া কাপ ২০২২ অভিযান।