কে এল ৰাহুল আই পি এলত ৪ টা শতক অৰ্জন কৰা দ্বিতীয় ভাৰতীয় 

pc Firstpost

কে এল ৰাহুল আই পি এলত ৪ টা শতক অৰ্জন কৰা দ্বিতীয় ভাৰতীয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  এলএছজিৰ অধিনায়ক কে এল ৰাহুল বিৰাট কোহলীৰ পিছত আই পি এলত চাৰিটা শতক অৰ্জন কৰা দ্বিতীয় ভাৰতীয় বেটাৰ হৈ পৰিছে। ৩০ বছৰীয়া খেলুৱৈজনে এম আইৰ বিৰুদ্ধে ৬১ টা বলত আই পি এলত তেওঁৰ চতুৰ্থ শতক অৰ্জন কৰে। আই পি এল ২০২২ ত ৰাহুলৰ এইটো দ্বিতীয় শতক,তেওঁ দুয়োটা শতক এমআইৰ বিৰুদ্ধে কৰিছিল।